అర్థం : বিপদ বা কষ্টত পৰিবলৈ নিদিয়া কার্য
ఉదాహరణ :
চকীদাৰজনে গাঁওবাসীক চোৰৰ পৰা বচালে
పర్యాయపదాలు : ৰক্ষা কৰা
అర్థం : সৰি পৰাৰ পৰা ৰক্ষা কৰা কার্য
ఉదాహరణ :
তৃতীয় লক্ষ্যৰ পৰা পৰিবলৈ ধৰা লʼৰাটোক এজন যুৱকে বচালে
అర్థం : বাচিবৰ কাৰণে ঠাই দিয়া বা ৰক্ষা পাবলৈ প্রবৃত্ত কৰা
ఉదాహరణ :
আকবৰে ফাটেহপুৰ সিকৰীক বচাইছিল
అర్థం : কামত অহা বা খৰচ হোৱাৰ পৰা ৰখোৱা
ఉదాహరణ :
মনোহৰে কৃপণালী কৰি বহুত পইচা বচালে