పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বচা అనే పదం యొక్క అర్థం.

বচা   বিশেষ্য

అర్థం : বাচনি কৰা কার্য

ఉదాహరణ : তেওঁ পুথি্ভঁ্ৰালৰ পৰা ভাল কিতাপ বাচি আছে

বচা   ক্ৰিয়া

అర్థం : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা

ఉదాహరణ : সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল

పర్యాయపదాలు : ৰোৱা

అర్థం : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা

ఉదాహరణ : কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো

పర్యాయపదాలు : পচন্দ কৰা

అర్థం : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য

ఉదాహరణ : মায়ে চাউল বাচি আছে