సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নাটক আদিৰ চৰিত্রৰ মুখত দিয়া কথা:জয়শংকৰ প্রসাদৰ প্রায়বোৰ নাটকৰ সংলাপেই ৰসিকতাৰে ভৰা
ఉదాహరణ :
పర్యాయపదాలు : কথোপকথন, ডায়লগ, সংলাপ
అర్థం : কোৱা কথা
ఉదాహరణ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
పర్యాయపదాలు : উক্তি, কথন, কোৱা, জবান, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা
అర్థం : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য
ఉదాహరణ : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে
పర్యాయపదాలు : কথা, জবান
అర్థం : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
ఉదాహరణ : আনৰ ভাল লগা কথাহে কোৱা উচিত
పర్యాయపదాలు : কথা, বাণী
అర్థం : কিবা কোৱা কার্য
ఉదాహరణ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
పర్యాయపదాలు : কথন, কথা, বাক, বাচ্য
ఆప్ స్థాపించండి