పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বচন అనే పదం యొక్క అర్థం.

বচন   বিশেষ্য

అర్థం : নাটক আদিৰ চৰিত্রৰ মুখত দিয়া কথা:জয়শংকৰ প্রসাদৰ প্রায়বোৰ নাটকৰ সংলাপেই ৰসিকতাৰে ভৰা

ఉదాహరణ :

పర్యాయపదాలు : কথোপকথন, ডায়লগ, সংলাপ

అర్థం : কোৱা কথা

ఉదాహరణ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

పర్యాయపదాలు : উক্তি, কথন, কোৱা, জবান, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

అర్థం : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

ఉదాహరణ : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

పర్యాయపదాలు : কথা, জবান

అర్థం : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

ఉదాహరణ : আনৰ ভাল লগা কথাহে কোৱা উচিত

పర్యాయపదాలు : কথা, বাণী

అర్థం : কিবা কোৱা কার্য

ఉదాహరణ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

పర్యాయపదాలు : কথন, কথা, বাক, বাচ্য