పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বগা అనే పదం యొక్క అర్థం.

বগা   বিশেষ্য

అర్థం : যিজন ব্যক্তিৰ বৰণ বগা

ఉదాహరణ : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি

అర్థం : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???

ఉదాహరణ : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া

పర్యాయపదాలు : শুকুলা, শুক্ল, শ্বেত

అర్థం : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়

ఉదాహరణ : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়

పర్యాయపదాలు : চূণ, চূণ-শিল

বগা   বিশেষণ

అర్థం : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়

ఉదాహరణ : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়

పర్యాయపదాలు : চাদা

అర్థం : চফা ৰঙৰ বা শ্বেত বর্ণৰ

ఉదాహరణ : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে

పర్యాయపదాలు : শ্বেত, শ্বেতাংগ