పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ফুলা అనే పదం యొక్క అర్థం.

ফুলা   ক্ৰিয়া

అర్థం : কলি ফুললৈ সলনি হোৱা ৰূপ

ఉదాహరణ : সূর্যৰ ্ পোহৰ পোৱাৰ লগে লগে অনেক কলি ফুলিল

పర్యాయపదాలు : কলি পেলা, কলিয়া, পুষ্পান্বিত হোৱা, ফুল ধৰা, মঞ্জৰিত হোৱা, মলিয়া

అర్థం : আঘাত, ৰোগ আদিৰ বাবে শৰীৰৰ কোনো অংগ (বিষৰ সৈতে) ফুলি উঠা

ఉదాహరణ : আঘাত পোৱাৰ ফলত তেওঁৰ আঠুটো ফুলি গʼল

అర్థం : কোনো বস্তুৰ ভিতৰ ভাগত বতাহ, তৰল পদার্থ আদি ভৰি যোৱাৰ বাবে বেছি প্রসাৰিত হোৱা বা বাঢ়ি যোৱা

ఉదాహరణ : এই বেলুনটো বহুত ফুলেপানীত তিয়াই থোৱা ৰুট ফুলি গʼল

అర్థం : ফুলেৰে যুক্ত হোৱা ফুল ধৰা

ఉదాహరణ : খেতি পথাৰত সৰিয়হ ফুলিছে

పర్యాయపదాలు : পুষ্পিত হোৱা