అర్థం : যʼত ফুল ফুলি আছে
ఉదాహరణ :
এই ফুলযুক্ত উদ্ভিদ জোপাই বাগিছাখনত শোভা বর্ধন কৰি আছে
అర్థం : যʼত বুটা বা ফুল-পাত আদি কঢ়া বা তোলা হৈছে
ఉదాహరణ :
চালমাই ভোজমেলত বহুত ধুনীয়া ৰঙা ৰঙৰ ফুলাম শাৰী পিন্ধি আছিল
పర్యాయపదాలు : ফুলাম
అర్థం : ফুলৰ কাৰণে প্রসিদ্ধ উদ্ভিদ বিশেষ
ఉదాహరణ :
বাগিছাত বহুত ধুনীয়া ধুনীয়া সপুষ্পক উদ্ভিদ আছিল
పర్యాయపదాలు : সপুষ্পক