సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো ঠাইৰ মাজৰ খালী অংশ
ఉదాహరణ : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
పర్యాయపదాలు : ছিদ্র, জলা, বিন্ধা, ৰন্ধ্র
అర్థం : ছেদ কৰা কার্য
ఉదాహరణ : গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
పర్యాయపదాలు : ছেদন
అర్థం : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
ఉదాహరణ : এই ঢোলকটো ফুটি থাকিল
పర్యాయపదాలు : ফুটি থকা
అర్థం : টান বা গোটা বস্তুৰ আঘাতত ভাঙি যোৱা কার্য
ఉదాహరణ : কলহটো ফুটিল
పర్యాయపదాలు : ভগ্ন হোৱা
అర్థం : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
ఉదాహరణ : ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব
ఆప్ స్థాపించండి