సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু মেৰিয়াই বান্ধিবৰ কাৰণে বিশেষ ধৰণৰ কাপোৰ বা প্লাষ্টিক আদিৰে তৈয়াৰ কৰা দীঘল ৰছী
ఉదాహరణ : ফ্রক চোলাটোত লগোৱা ৰঙীণ আৰু চিকমিকীয়া ফিটাডাল ধুনীয়া লাগিছে
పర్యాయపదాలు : ৰিবন
అర్థం : দূৰত্ব জোখা এক মাপক
ఉదాహరణ : তেওঁ ফিটাৰে পথটো জুখি আছে
పర్యాయపదాలు : টেপ
అర్థం : যাৰ জৰিয়তে কোনো বস্তু বন্ধা হয়
ఉదాహరణ : তেওঁ এতিয়ালৈকে জোতাৰ ফিটা বান্ধিব নাজানে
ఆప్ స్థాపించండి