అర్థం : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
ఉదాహరణ :
অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
పర్యాయపదాలు : জাল
అర్థం : এক প্রকাৰৰ নিগনি ধৰা সজা
ఉదాహరణ :
নিগনি ধৰা ফান্দত এটা নিগনি পৰিল
పర్యాయపదాలు : নিগনি ধৰা ফান্দ, নিগনি মৰা ফান্দ
అర్థం : ৰচী, তাৰ আদিৰ এনে এক পাশ যʼত পৰিলে জীব বান্ধ খাই পৰে আৰু বান্ধোন টান হৈ গʼলে মৰিবও পাৰে
ఉదాహరణ :
চিকাৰীয়ে শহাটোক ফান্দত পেলালে
పర్యాయపదాలు : পাশ