అర్థం : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
ఉదాహరణ :
তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
పర్యాయపదాలు : ফটা
అర్థం : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
ఉదాహరణ :
শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
పర్యాయపదాలు : আঁতৰি যোৱা, আঁ্তৰা, ফটা
అర్థం : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
ఉదాహరణ :
গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
పర్యాయపదాలు : ফটা
అర్థం : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা
ఉదాహరణ :
জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়
పర్యాయపదాలు : চিৰাচিৰ হোৱা
అర్థం : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা
ఉదాహరణ :
খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল
పర్యాయపదాలు : চিৰাল ফটা দিয়া