సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবাৰ চক্রান্তত পৰা কার্য
ఉదాహరణ : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে
పర్యాయపదాలు : পাল্লা, ফান্দ
అర్థం : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি
ఉదాహరణ : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে
పర్యాయపదాలు : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, মতলব
ఆప్ స్థాపించండి