అర్థం : কোনো বস্তু বা ব্যক্তিৰ দ্বাৰা ভালদৰে কাম কৰিব পৰা যাব নে নাযায় সেই সম্পর্কে বিচাৰ কৰি চোৱা কার্য
ఉదాహరణ :
নতুন গাড়ীখনৰ পৰীক্ষণ চলি আছে
అర్థం : পৰীক্ষা কৰা বা বিচাৰ কৰা কাম
ఉదాహరణ :
এজন জ্যোতিষীয়ে মোৰ জন্ম-কুণ্ডলীৰ পৰীক্ষণ কৰিলে
అర్థం : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে
ఉదాహరణ :
গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে
పర్యాయపదాలు : নিৰূপণ, পৰখ, পৰীক্ষা, পৰীক্ষা-নিৰীক্ষা