అర్థం : ধুই, মোহাৰি, মাজি উজ্জ্বল বা পৰিষ্কাৰ কৰা
ఉదాహరణ :
চাকৰণীয়ে বাচন চাফা কৰি আছে
పర్యాయపదాలు : উজ্জ্বল কৰা, চাফা কৰা, নিকা কৰা, স্বচ্ছ কৰা
అర్థం : পানী বা অন্য কোনো তৰল পদার্থত মিহলি হৈ থকা ময়লা তললৈ বহি যোৱা এক অৱস্থা
ఉదాహరణ :
খোৱা পানীত ফিটকিৰী দি পানী নিষ্কাশন কৰা হয়
పర్యాయపదాలు : নিষ্কাশন কৰা, ফিল্টাৰ কৰা, শোধন কৰা