పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পৰিষ্কাৰ అనే పదం యొక్క అర్థం.

পৰিষ্কাৰ   বিশেষ্য

అర్థం : স্বচ্ছ আৰু শুদ্ধ কৰা কার্য

ఉదాహరణ : কুঁ্ৱাৰ পানীত ৰঙা ঔষধ ঢালি তাৰ পৰিষ্কাৰ কৰা হʼল

పర్యాయపదాలు : পৰিশোধন

అర్థం : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব

ఉదాహరణ : পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে

పర్యాయపదాలు : চাফা, নিকা, নি্র্মলত্া, শুদ্ধতা, স্বচ্ছতা

পৰিষ্কাৰ   বিশেষণ

అర్థం : যʼত কোনো ময়লা বা কলুষতা নাই

ఉదాహరణ : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল

పర్యాయపదాలు : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, বিমল, বিশুদ্ধ, শুদ্ধ, স্বচ্ছ

అర్థం : শুদ্ধ বা ভ্রমহীনভাৱে দেখা পোৱা

ఉదాహరణ : শিক্ষকজনে ব্লেকবʼর্ডত ্ পাচনতন্ত্রৰ ছবি স্পষ্টকৈ আঁকি বুজাই দিলে

పర్యాయపదాలు : জলজল পটপট, দেখদেখ, প্রকট, পৰিস্ফুট, ফটফটীয়া, স্পষ্ট, স্বচ্ছ

అర్థం : যিটো ভালকৈ বুজা যায়

ఉదాహరణ : এই কবিতাটোৰ ভাবটো স্পষ্ট নহয়

పర్యాయపదాలు : জলজল পটপট, স্পষ্ট