పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পৰিধি అనే పదం యొక్క అర్థం.

পৰিধি   বিশেষ্য

అర్థం : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে

ఉదాహరణ : পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে

పర్యాయపదాలు : কক্ষ

అర్థం : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

ఉదాహరణ : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

పర్యాయపదాలు : মণ্ডল

అర్థం : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

ఉదాహరణ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

పర్యాయపదాలు : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা, মেৰ

అర్థం : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ

ఉదాహరణ : এই বৃত্তটোৰ পৰিধি হিচাপ কৰা

పర్యాయపదాలు : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা