పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পৰিত্যাগ అనే పదం యొక్క అర్థం.

পৰিত্যাগ   বিশেষ্য

అర్థం : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য

ఉదాహరణ : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে

పర్యాయపదాలు : এৰা, ত্যাগ

అర్థం : কোনো কাম বা ঘটনাৰ পৰা পূর্ণৰূপে আঁতৰি থাকিবৰ কাৰণে কৰা কোনো কার্য

ఉదాహరణ : তেওঁ সকলো কামতে পৰিত্যাগ কৰাৰ স্বভাৱ এটা আছে

పర్యాయపదాలు : পৰি্বর্জন, পৰি্বর্জ্জন

అర్థం : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য

ఉదాహరణ : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল

పర్యాయపదాలు : উৎসর্গ, এৰা, ত্যাগ