సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নিজ কুলৰ লোক
ఉదాహరణ : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
పర్యాయపదాలు : আত্মীয়, কুটুম, কুটুম্ব
అర్థం : একেখন ঘৰৰে মানুহ
ఉదాహరణ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
పర్యాయపదాలు : আত্মীয়, ঘৰ, পৰিবাৰ, পৰিয়াল
అర్థం : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
ఉదాహరణ : মনোহৰজী মোৰ আপোন খুৰা
పర్యాయపదాలు : আত্মীয়, আপোন, স্বজন
ఆప్ స్థాపించండి