పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পৰিচাৰিকা అనే పదం యొక్క అర్థం.

পৰিচাৰিকা   বিশেষ্য

అర్థం : ৰোগী তথা নৱজাতক শিশুৰ সেৱাৰ বাবে প্রশিক্ষিত মহিলা

ఉదాహరణ : মোৰ ননদে বোম্বে হস্পিতেলত নার্চ কৰে

పర్యాయపదాలు : চিষ্টাৰ, নার্চ

అర్థం : ঘৰুৱা কাম-কাজ কৰা তথা সেৱা আগবঢ়ায়

ఉదాహరణ : আজিকালি কাম-বন কৰিবৰ কাৰণে মহিলাসকলে চাকৰণিৰ ওপৰত অধিক নি্র্ভৰ কৰে

పర్యాయపదాలు : কিংকৰী, কিঙ্কৰী, চাকৰণী, দাসী, বান্দী, বেটী, লিগিৰী

అర్థం : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

ఉదాహరణ : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

పర్యాయపదాలు : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক