పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পৰা అనే పదం యొక్క అర్థం.

পৰা   বিশেষ্য

అర్థం : পৰা কার্য

ఉదాహరణ : ছাদৰ পৰা তেওঁ ্পৰা কোনেও নেদেখিলে

পৰা   ক্ৰিয়া

అర్థం : দুখ, কষ্ট আদি ওলাই অহা

ఉదాహరణ : তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল

అర్థం : বেমাৰ হৈ বিছনাত পৰি থকা

ఉదాహరణ : ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে

అర్థం : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা

ఉదాహరణ : ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে

అర్థం : উৎপন্ন হোৱা

ఉదాహరణ : আজি গাখীৰৰ ওপৰত মলাই পৰিল

అర్థం : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা

ఉదాహరణ : এই গাড়ীখনত কিমান দাম পৰিল

అర్థం : মূল্য অৱনমিত হোৱা বা কমি অহা

ఉదాహరణ : আজিকালি সোণৰ দাম নামিছে

పర్యాయపదాలు : কমা, নমা

అర్థం : আৱশ্যকতা হোৱা

ఉదాహరణ : আমি মাজত কথা কʼবলৈনো কি গৰজ পৰিছে

పర్యాయపదాలు : গৰজ পৰা

అర్థం : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???

ఉదాహరణ : তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল

పర్యాయపదాలు : (বাগৰি পৰা, লুটি খাই পৰা)

అర్థం : প্রবিষ্ট হোৱা

ఉదాహరణ : ঘিউখিনিত চৰাইটো পৰিল

అర్థం : মাজত আহি যোৱা কার্য

ఉదాహరణ : এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা

అర్థం : অভ্যাসত পৰিণত হোৱা এক অৱস্থা

ఉదాహరణ : তেওঁৰ মদ ্খোৱাৰ গতত পৰিল

అర్థం : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা

ఉదాహరణ : গছৰ তলত বহুত গুটি পৰি আছে

అర్థం : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা

ఉదాహరణ : তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে

పర్యాయపదాలు : পৰি থকা