పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পৰ అనే పదం యొక్క అర్థం.

পৰ   বিশেষ্য

అర్థం : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ

ఉదాహరణ : নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে

పర్యాయపదాలు : অনাত্মীয়

అర్థం : যি আপোন নহয়

ఉదాహరణ : পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে

పర్యాయపదాలు : আনাত্মীয়

అర్థం : নিজৰ আত্মীয় বা সমাজৰ বাহিৰৰ ব্যক্তি

ఉదాహరణ : পৰ লোককো আদৰ কৰা উচিত

పర్యాయపదాలు : অনাত্মীয়

পৰ   বিশেষণ

అర్థం : এটাক এৰি দি কোনোবা এটা

ఉదాహరణ : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে

పర్యాయపదాలు : অইন, অন্য, অন্যান্য, আন, বেলেগ

అర్థం : অন্যৰ সৈতে সম্পর্কিত

ఉదాహరణ : পৰৰ কোনো বিষয়তে গুৰুত্ব দিয়া উচিত নহয় এইয়া লোকৰ সম্পত্তি

పర్యాయపదాలు : আনৰ, লোকৰ

అర్థం : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ

ఉదాహరణ : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়

పర్యాయపదాలు : অন্য, অন্যৰ, আন, আনৰ, পৰৰ, লোকৰ