అర్థం : কোনো ৰাস্তা আদিৰ সেই পাৰ যʼৰ পৰা মানুহ কোনো দিশে যাব পাৰি
ఉదాహరణ :
প্রৱেশ দ্বাৰত ঘূৰোতেই মই মহেশক লগ পালোঁ
అర్థం : যিখন দুৱাৰেদি ঘৰ আদিত প্রৱেশ কৰা হয়
ఉదాహరణ :
তেওঁ প্রৱেশদ্বাৰত থিয় হৈ আগন্তুকক স্বাগত সম্ভাষণ জনায় আছিল
పర్యాయపదాలు : প্রৱেশ পথ, প্রৱেশদ্বাৰ
అర్థం : কোনো ভৱন বা ঘেৰা আদিৰ সকলোতকৈ আগৰ বা বাহিৰৰ দুৱাৰ
ఉదాహరణ :
দুর্গটোৰ এইখন মুখ্যদ্বাৰ
పర్యాయపదాలు : মুখ্য দুৱাৰ, মুখ্যদ্বাৰ