సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
ఉదాహరణ : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
పర్యాయపదాలు : ঠগ, প্রবঞ্চক
అర్థం : ঠগ-প্রৱঞ্চনা কৰোঁতা
ఉదాహరణ : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
పర్యాయపదాలు : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, বঞ্চক, ভণ্ড, শলাল
అర్థం : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
ఉదాహరణ : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
పర్యాయపదాలు : ঠগ, ধূর্ত, প্রতাৰক, ্ছলনাকাৰী
ఆప్ స్థాపించండి