పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి প্রেম అనే పదం యొక్క అర్థం.

প্রেম   বিশেষ্য

అర్థం : প্রেমিক-প্রেমিকাৰ মাজৰ সম্বন্ধ

ఉదాహరణ : বোলছবি জগতত ৰোমাঞ্চৰ বহুল চর্চা হৈ থাকে

పర్యాయపదాలు : পীৰিতি, প্রেম-পীৰিতি, প্রেম-প্রসংগ, প্রেম-প্রসঙ্গ, প্রেম-প্রীতি, ৰোমাঞ্চ

అర్థం : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

ఉదాహరణ : প্রেম নিস্বার্থ ্ হʼব লাগে

పర్యాయపదాలు : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, ভালপোৱা, মহব্বত

అర్థం : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়

ఉదాహరణ : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল

పర్యాయపదాలు : অনুৰাগ, প্রণয়, প্রীতি, ভালপোৱা