సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ
ఉదాహరణ : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়
పర్యాయపదాలు : আদি, আৰম্ভ, আৰম্ভণি, শুভাৰম্ভ
అర్థం : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
ఉదాహరణ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
పర్యాయపదాలు : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত
ఆప్ స్థాపించండి