అర్థం : নম্রতা সহকাৰে কাৰোবাক কোনো কথা কোৱা কার্য
ఉదాహరణ :
মোৰ আবেদনৰ বিষয়ত ধ্যান দিয়া হওক
పర్యాయపదాలు : আবেদন, আৱেদন, নিবেদন, নিৱেদন, বিনীত অনুৰোধ
అర్థం : কিবা পাবৰ কাৰণে প্রার্থ্্না কৰা কার্য ্বা ভাব
ఉదాహరణ :
ৰামৰ মালিকৰ পৰা টকাৰ কাৰণে কৰা প্রার্থ্্না অথলে গʼল