సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভাৱ, মূল্য, মহত্ব আদিৰ সকলোতকৈ উচ্চ অৱস্থা
ఉదాహరణ : তেওঁ আজিকালি নিজৰ সাফল্যৰ প্রসিদ্ধিত আছে
పర్యాయపదాలు : ্উৎকর্ষ, ্শ্রেষ্ঠতা
అర్థం : খ্যাত হোৱা অৱস্থা বা ভাব
ఉదాహరణ : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
పర్యాయపదాలు : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রতিষ্ঠা, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
ఆప్ స్థాపించండి