పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి প্রসন্নমনে అనే పదం యొక్క అర్థం.

প্রসন্নমনে   ক্ৰিয়া বিশেষণ

అర్థం : প্রসন্নতা সহকাৰে

ఉదాహరణ : শ্যামে প্রসন্নতাৰে নিজৰ কাম কৰি আছে ৰামে মোৰ আজ্ঞাটো আনন্দেৰে মানি লʼলে

పర్యాయపదాలు : আনন্দপূর্বক, আনন্দমনে, আনন্দেৰে, প্রফুল্লচিত্তে, প্রসন্ন চিত্তে, প্রসন্নতাপূর্বক, প্রসন্নতাৰে, মহানন্দে, সআনন্দেৰে, সহর্ষ, সোল্লাসে, হর্ষপূর্বক, হাঁহি-মাতি, হৃষ্টমনে, হেলাৰঙে, ৰংমনে, ৰংমনেৰে, ৰঙ্গে-ঢলে

అర్థం : স্ফূর্তিৰ সৈতে

ఉదాహరణ : তেওঁ স্ফূর্তি তামাছা কৰি নিজৰ কলাৰ প্রদর্শন কৰিলে

పర్యాయపదాలు : প্রফুল্লচিত্তে, প্রসন্নচিত্তে, ফূর্তিৰে, সোল্লাসে, স্ফূর্তি তামাছা কৰি, হৃষ্টচিত্তে, হৃষ্টমনে