సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজনে শাসন কৰে:শিৱাজী এজন সুশাসক আছিল
ఉదాహరణ :
పర్యాయపదాలు : শাসক, শাসনকর্তা, শাসনকাৰী
అర్థం : যিজনে অনুশাসন কৰে
ఉదాహరణ : শিৱাজী এজন ভাল প্রশাসক আছিল
పర్యాయపదాలు : অনুশাসক, শাসনকর্তা
అర్థం : যিজনে কোনো ৰাজ্য,সংস্থা আদিৰ প্রশাসন বা ব্যৱস্থাপনা কৰে
ఉదాహరణ : শ্রীমতী ইন্দিৰা গান্ধী এগৰাকী দক্ষ প্রশাসক আছিল
అర్థం : যিয়ে অনুশাসন কৰে
ఉదాహరణ : ৰাম এই সংস্থাটোৰ প্রশাসক পদত অধিস্থিত
పర్యాయపదాలు : অনুশাসক
ఆప్ స్థాపించండి