అర్థం : কোনো মূলানুগত সত্যৰ আধাৰত প্রমাণিত কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত
ఉదాహరణ :
তেওঁৰ গৱেষণা কর্মৰ সৈতে সম্বন্ধিত ১২০টা প্রমেয় আছে
అర్థం : যি প্রমাণৰ বিষয় হʼব পাৰে
ఉదాహరణ :
প্রমেয় বস্তুবোৰক সযতনে ৰখাটো আৱশ্যকীয়
అర్థం : যি জুখিব পাৰি
ఉదాహరణ :
তেওঁ প্রমেয় পদার্থৰ সূচী তৈয়াৰ কৰিলে
అర్థం : যি সিদ্ধ কৰিব লাগে
ఉదాహరణ :
গণিতজ্ঞই প্রমেয় সূত্রবোৰ বুজালে