అర్థం : যাৰ সত্যাসত্য নিৰূপণ কৰা হৈছে
ఉదాహరణ :
আবেদন পত্রৰ লগত চৰিত্রৰ প্রমাণিত প্রতিলিপি এখন সংলগ্ন কৰক
అర్థం : যাৰ বিষয়ে সকলো ঠিকে আছে বুলি মানি লোৱা হয়
ఉదాహరణ :
এইখিনি প্রামাণিক বীজ তহচিলদাৰ পৰা তেওঁ নিজ গৃহৰ প্রমাণ-পত্র প্রমাণিত কৰিলে
పర్యాయపదాలు : প্রামাণিক
అర్థం : তর্ক ্বা প্রমাণেৰে সঠিক বুলি মানি লোৱা
ఉదాహరణ :
ৰামে নিজে নিজকে নির্দোষ বুলি প্রমাণিত কৰিবৰ কাৰণে বহুত কষ্ট কৰিলে
పర్యాయపదాలు : সিদ্ধ