సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য
ఉదాహరణ : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে
పర్యాయపదాలు : উপস্থাপন, নিৰূপণ, প্রতিপাদন
అర్థం : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা
ఉదాహరణ : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে
పర్యాయపదాలు : পৰীক্ষণ কৰা, পৰীক্ষা কৰা
ఆప్ స్థాపించండి