అర్థం : যিজনে বিদেশত গৈ বসবাস কৰিছে
ఉదాహరణ :
ভাৰত চৰকাৰে কিছুমান প্রবাসীক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিছে
అర్థం : বিদেশত গৈ বসবাস কৰা বা থকা
ఉదాహరణ :
কিছুমান প্রবাসী লোকে নিজ দেশ তথা পৰিয়ালৰ লোকক লগ পাবৰ কাৰণে ব্যাকুল হৈ থাকে