సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
ఉదాహరణ : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
పర్యాయపదాలు : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, মুখিয়াল, মুৰব্বী, সর্বেসর্বা
అర్థం : যিটো আৱশ্যক হয়
ఉదాహరణ : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
పర్యాయపదాలు : মুখ্য, মূল
అర్థం : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
ఉదాహరణ : যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
పర్యాయపదాలు : মুখ্য
అర్థం : যি কোনো ক্ষেত্রৰ প্রধান
ఉదాహరణ : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
పర్యాయపదాలు : অগ্রগণ্য, অগ্রণী, প্রমুখ, মুখ্য, শ্রেষ্ঠ
అర్థం : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়
ఉదాహరణ : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে
పర్యాయపదాలు : প্রাথমিক, মুখ্য
ఆప్ స్థాపించండి