పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి প্রধান అనే పదం యొక్క అర్థం.

প্রধান   বিশেষ্য

అర్థం : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি

ఉదాహరణ : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল

పర్యాయపదాలు : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, মুখিয়াল, মুৰব্বী, সর্বেসর্বা

প্রধান   বিশেষণ

అర్థం : যিটো আৱশ্যক হয়

ఉదాహరణ : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত

పర్యాయపదాలు : মুখ্য, মূল

అర్థం : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে

ఉదాహరణ : যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে

పర్యాయపదాలు : মুখ্য

అర్థం : যি কোনো ক্ষেত্রৰ প্রধান

ఉదాహరణ : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী

పర్యాయపదాలు : অগ্রগণ্য, অগ্রণী, প্রমুখ, মুখ্য, শ্রেষ্ঠ

అర్థం : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়

ఉదాహరణ : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে

పర్యాయపదాలు : প্রাথমিক, মুখ্য