పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి প্রদেশ అనే పదం యొక్క అర్థం.

প্রদেশ   বিশেষ্য

అర్థం : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল

ఉదాహరణ : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল

పర్యాయపదాలు : ৰাজ্য

అర్థం : কোনো প্রদেশত বসবাস কৰা লোক

ఉదాహరణ : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে

పర్యాయపదాలు : প্রান্ত, ৰাজ্য

అర్థం : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

ఉదాహరణ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

పర్యాయపదాలు : দেশ, প্রান্তৰ, ৰাজ্য

అర్థం : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে

ఉదాహరణ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান

పర్యాయపదాలు : ক্ষেত্র, জেগা, ঠাই, থল, থান, ভূমি, স্থল, স্থান

అర్థం : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???

ఉదాహరణ : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে

పర్యాయపదాలు : ৰাজ্য