సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : স্থাপন বা প্রতিষ্ঠা কৰা কার্য
ఉదాహరణ : চকত গান্ধীজীৰ মূর্তিক স্থাপন কৰা হʼল
పర్యాయపదాలు : স্থাপন
అర్థం : খ্যাত হোৱা অৱস্থা বা ভাব
ఉదాహరణ : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
పర్యాయపదాలు : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
అర్థం : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
ఉదాహరణ : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
పర్యాయపదాలు : গঠন, স্থাপনা
ఆప్ స్థాపించండి