అర్థం : যি প্রতিযোগিতাত ভাগ লয়
ఉదాహరణ :
চুটি-চাপৰ মুষ্টিযুজাঁৰুজনে নিজৰ প্রতিযোগীক সহজেই হৰুৱালে
పర్యాయపదాలు : প্রতিদ্বন্দী
అర్థం : যি কোনো কার্য-্কলাপত ভাগ লয়
ఉదాహరణ :
এই খেলত বহুতো প্রতিযোগীয়ে ভাগ লৈছে
అర్థం : স্পর্ধা বা প্রতিদ্বন্দিতা কৰোঁতা
ఉదాహరణ :
মুষ্টিযোদ্ধাজনে প্রতিদ্বন্দী ব্যক্তিজনক মাটিত বগৰাই পেলালে
పర్యాయపదాలు : প্রতিদ্বন্দী