సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভালদৰে বুজিলৈ কোনো কথা কোৱা কার্য
ఉదాహరణ : আৱিষ্কাৰকৰ ব্যাখ্যা শুনি সকলো সন্তুষ্ট হʼল
పర్యాయపదాలు : বাচ্য, ব্যাখ্যা
అర్థం : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য
ఉదాహరణ : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে
పర్యాయపదాలు : উপস্থাপন, নিৰূপণ, প্রমাণ কৰা
ఆప్ స్థాపించండి