అర్థం : প্রতিনিধি হোৱাৰ ভাৱ
ఉదాహరణ :
তেওঁ নিজৰ প্রতিনিধিত্বৰ দায়িত্ব ভালদৰে পালন কৰে
అర్థం : প্রতিনিধি হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
এই সন্মিলনত ভাগ লোৱা আমাৰ সংস্থাৰ প্রতিনিধিত্ব এজন বিদ্বান লোকে কৰি আছে
అర్థం : কাৰোবাৰ ফালৰ পৰা প্রতিনিধি বা এজেণ্ট হিচাপে কাম কৰা কার্য
ఉదాహరణ :
মই প্রতিনিধিত্ব কৰিব নোৱাৰো
పర్యాయపదాలు : এজেঞ্চি