సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : প্রতিকূল হোৱা অৱস্থা বা ভাব
ఉదాహరణ : প্রতিকূলতাই যিকোনো কামকে জটিল কৰি তোলে
పర్యాయపదాలు : প্রতিকূলাচৰণ, প্রতিপক্ষতা, বিপক্ষতা
అర్థం : শত্রুৰ ভাব বা কার্য
ఉదాహరణ : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
పర్యాయపదాలు : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, বিদ্বেষ, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
ఆప్ స్థాపించండి