సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বিষয়, মত বা কথাক বহু লোকৰ আগত দাঙি ধৰা কার্য
ఉదాహరణ : কোম্পানীবোৰে টিভি আদিৰ মাধ্যমেৰে নিজৰ উৎপাদিত সামগ্রীৰ প্রচাৰ চলায়
పర్యాయపదాలు : বিজ্ঞাপন
అర్థం : কোনো বস্তু প্রসাৰিত হৈ থকা কার্য
ఉదాహరణ : শিক্ষাৰ প্রসাৰেহে দেশৰ উন্নতি সাধিব পাৰিব
పర్యాయపదాలు : প্রসাৰ, বিস্তাৰ
ఆప్ స్థాపించండి