సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি খুউব ভাল
ఉదాహరణ : ৰামচৰিত মানস সন্ত তুলসীদাসৰ উত্তম কৃতি
పర్యాయపదాలు : অনন্য, অনবদ্য, উত্তম, উৎকৃষ্ট, শ্রেষ্ঠ, সর্ব্বোত্তম
అర్థం : যাৰ সমকক্ষ আৰু কোনো নাই
ఉదాహరణ : বাঃ! কি অনুপম দৃশ্য
పర్యాయపదాలు : অতুলনীয়, অদ্বিতীয়, অনন্যসাধাৰণ, অনুপম, অনুপমিত, অপূর্ব, অপ্রতিম, অপ্রতুল, অভূতপূর্ব, অসাধাৰণ, উপমাবিহীন, উপমাহীন, উপমাৰহিত, নিৰুপম, সর্বশ্রেষ্ঠ, সর্বোত্তম
ఆప్ స్థాపించండి