పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి প্রকৃতি అనే పదం యొక్క అర్థం.

প্রকৃতি   বিশেষ্য

అర్థం : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

ఉదాహరణ :

పర్యాయపదాలు : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

అర్థం : বিভিন্ন ৰূপাত্মক জগতৰ বিকাশ সাধন কৰা সেই মূল শক্তি যাৰ ৰূপ দৃশ্য ৰূপত দেখা যায়

ఉదాహరణ : গছ কটাৰ কাৰণে প্রকৃতিৰ সন্তুলনত বিকাৰ ঘটিছে

పర్యాయపదాలు : নি্সর্গ

అర్థం : গছ-গছনি, পশু-পক্ষী, ্ পর্বত-্পাহাৰ আদিৰে ভৰি থকা প্রাকৃতিক দৃশ্যৰ পৃথিৱী

ఉదాహరణ : প্রকৃতিক অখণ্ড ৰূপত ৰাখিবৰ কাৰণে মজবুট পদক্ষেপ লোৱা উচিত

పర్యాయపదాలు : নি্সর্গ, ্বাহ্যজগত

అర్థం : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম

ఉదాహరణ : তেওঁ ্ লাজুক স্বভাৱৰ

పర్యాయపదాలు : চৰিত্র, মেজাজ, স্বভাৱ, স্বৰূপ