అర్థం : কাৰোবাৰ পুত্র বা কন্যা
ఉదాహరణ :
মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য
పర్యాయపదాలు : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, বেটা-বেটী, লʼৰা-ছোৱালী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান
అర్థం : কোনো জীৱ-জন্তুৰ পোৱালি
ఉదాహరణ :
কুকুৰজনীয়ে নিজৰ পোৱালিকেইটাক গাখীৰ খুৱাই আছে
అర్థం : ছাগলী বা ভেড়া ছাগলীৰ পোৱালি
ఉదాహరణ :
কালি ৰাতি শিয়ালে এটা ছাগলী পোৱালি লৈ গʼল
పర్యాయపదాలు : ছাগলী পোৱালি
అర్థం : কুকুৰৰ পোৱালি
ఉదాహరణ :
কুকুৰজনীয়ে নিজৰ পোৱালিটোক গাখীৰ খুৱাই আছে
పర్యాయపదాలు : কুকুৰ-পোৱালি, পোৱালি কুকুৰ