పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পোৱা అనే పదం యొక్క అర్థం.

পোৱা   বিশেষ্য

అర్థం : কোনো বস্তুৰ চাৰিভাগৰ এভাগ

ఉదాహరణ : ইয়াৰ ওজন এপোৱা

పర్యాయపదాలు : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ

পোৱা   ক্ৰিয়া

అర్థం : সমান অৱস্থাত উপনীত হোৱা অৱস্থা

ఉదాహరణ : তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা

అర్థం : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

ఉదాహరణ : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

పర్యాయపదాలు : লাভ কৰা

అర్థం : সুখ, দুখ আদি সহা কার্য

ఉదాహరణ : তেওঁ নিজৰ ্কর্মৰ ফল ভুগি আছে

పర్యాయపదాలు : ভোগা

అర్థం : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

ఉదాహరణ : মই ৰামৰ পৰা এশ টকা পালোঁ

పర్యాయపదాలు : লাভ কৰা

అర్థం : উপল্্ব্ধ হোৱা

ఉదాహరణ : এই ঔষধি গছজোপা কেৱল হিমালয়তহে পায়

పర్యాయపదాలు : পোৱা যায়

అర్థం : কোনো পদ, স্থান আদিলৈকে আহি পোৱা

ఉదాహరణ : নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি

అర్థం : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা

ఉదాహరణ : অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি

పర్యాయపదాలు : উপনীত হোৱা

అర్థం : প্রাপ্ত হোৱা বা পোৱা কার্য

ఉదాహరణ : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

పర్యాయపదాలు : প্রাপ্তি ঘটা, লাভ কৰা

అర్థం : পৰি থকা বস্তু উঠোৱা

ఉదాహరణ : আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো

అర్థం : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা

ఉదాహరణ : আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো

పర్యాయపదాలు : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা

అర్థం : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

ఉదాహరణ : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

పర్యాయపదాలు : আহি পোৱা, লাভ কৰা

అర్థం : নিজৰ অধিকাৰ সাব্যস্ত কৰা

ఉదాహరణ : অশোকে কলিংগত জয় লাভ কৰিছিল

పర్యాయపదాలు : প্রাপ্ত কৰা, লাভ কৰা

అర్థం : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল

ఉదాహరణ :

పర్యాయపదాలు : অহা, আগমন কৰা, উপস্থিত হোৱা

అర్థం : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য

ఉదాహరణ : ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি

పర్యాయపదాలు : উপনীত হোৱা

అర్థం : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা

ఉదాహరణ : মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি

అర్థం : পায় যোৱা

ఉదాహరణ : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

పర్యాయపదాలు : লাভ কৰা

পোৱা   বিশেষণ

అర్థం : চাৰিভাগৰ এক অংশ

ఉదాహరణ : তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে

అర్థం : যিটো কোনো প্রকাৰে নিজৰ অধিকাৰলৈ আহিছে বা অনা হৈছে

ఉదాహరణ : তেওঁ নিজৰ পিতৃৰ দ্বাৰা প্রাপ্ত ধন গৰীবৰ মাজত ভগাই দিলে

పర్యాయపదాలు : উপার্জিত, প্রাপ্ত, হস্তগত

అర్థం : নিৰ্দিষ্ট স্থানত উপনীত কৰা

ఉదాహరణ : পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে