అర్థం : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
ఉదాహరణ :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
పర్యాయపదాలు : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
అర్థం : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
ఉదాహరణ :
এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
పర్యాయపదాలు : চমচমোৱা
అర్థం : জ্বলন বা পোৰণ অনুভব কৰা
ఉదాహరణ :
মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে