పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পৈতৃক అనే పదం యొక్క అర్థం.

পৈতৃক   বিশেষ্য

అర్థం : পিতৃৰ বা পিতৃৰ পৰা লাভ কৰা সম্পত্তি

ఉదాహరణ : চৰকাৰী সম্পত্তি কাৰোৰে পৈতৃক নহয়

পৈতৃক   বিশেষণ

అర్థం : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা

ఉదాహరణ : তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে

అర్థం : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে

ఉదాహరణ : তেওঁ বংশগত ্ৰোগত ভুগিছে

పర్యాయపదాలు : আনুবংশিক, বংশগত, বংশানুক্রমিক

అర్థం : পিতা সম্বন্ধীয়

ఉదాహరణ : আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ