అర్థం : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা
ఉదాహరణ :
বান্ধৰ পানী নলাত পেলোৱা হয়
అర్థం : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
ఉదాహరణ :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
పర్యాయపదాలు : দলিওৱা, দলিয়া, নিক্ষেপ কৰা
అర్థం : কোনো অন্যৰ দ্বাৰা পেলা
ఉదాహరణ :
সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে
అర్థం : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
ఉదాహరణ :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
పర్యాయపదాలు : পেলাই দিয়া