సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তুৰ মধ্য ভাগ
ఉదాహరణ : গুল্লীৰ পেটটো মোটা আৰু মূৰ দুটা জোঙা
అర్థం : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ
ఉదాహరణ : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে
పర్యాయపదాలు : আমাশয়, উদৰ
అర్థం : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি
ఉదాహరణ : মই সাতটা পেটক ভৰাব লাগে
పర్యాయపదాలు : মুখ
అర్థం : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
ఉదాహరణ : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
పర్యాయపదాలు : চিত্ত, মগজু, মন, মানস
అర్థం : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
ఉదాహరణ :
పర్యాయపదాలు : উদৰ, গর্ভ, জঠৰ
అర్థం : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ
ఉదాహరణ : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়
పర్యాయపదాలు : উদৰ
ఆప్ స్థాపించండి