పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পৃষ্ঠভূমি అనే పదం యొక్క అర్థం.

পৃষ্ঠভূমি   বিশেষ্য

అర్థం : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়

ఉదాహరణ : এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম

అర్థం : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল

ఉదాహరణ : এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে

పర్యాయపదాలు : পৃষ্ঠ-ভূমি

అర్థం : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি

ఉదాహరణ : এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত

అర్థం : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ

ఉదాహరణ : এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে

పర్యాయపదాలు : পটভূমি, পৃষ্ঠ-ভূমি

అర్థం : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়

ఉదాహరణ : এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে

పర్యాయపదాలు : পশ্চাদপট