అర్థం : সংকেত বা অনুমানেৰে কোনো বিষয় সম্বন্ধে কোৱা কার্য
ఉదాహరణ :
অলপতে হোৱা প্রাকৃতিক ঘটনাৰ পূর্বানুমান কিছুমান বিশেষজ্ঞই আগতেই কৰিছিল
అర్థం : প্রথমৰ পৰাই কৰা হোৱা অনুমান
ఉదాహరణ :
এই বছৰ ভাল বৰষুণ হʼব বুলি পূর্বানুমান কৰা হৈছিল